Download Now Banner

This browser does not support the video element.

ঢেকিয়াজুলি ভাগ: ঢেকীয়াজুলি আৰক্ষী থানা এলেকাত পুনৰ কিশোৰীক ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগ উঠিছে যুৱকৰ বিৰুদ্ধে

Dhekiajuli Part, Sonitpur | Sep 8, 2025
শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি আৰক্ষী থানা এলেকাত পুনৰ কিশোৰীক  ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগ উঠিছে ৷ এই সন্দৰ্ভত সোমবাৰে দিনৰ অনুমানিক ২ বাজি ৩০ মিনিটত ঢেকীয়াজুলি আৰক্ষীৰ কাষ চাপে ভুক্তভোগী কিশোৰীৰ পৰিয়াল ৷ উল্লেখ্য যে ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি এজন যুৱকে এগৰাকী নিশা ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগ উঠিছে ৷ এই সন্দৰ্ভত আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য ৷
Read More News
T & CPrivacy PolicyContact Us