This browser does not support the video element.
ধেমাজি: উজনী চিচি টাঙানীত কংগ্ৰেছ দলৰ গুৰুত্ব পূৰ্ণ সভা , উপস্থিত মণ্ডল সভাপতি,জিলা উপ সভাপতি
Dhemaji, Dhemaji | Sep 25, 2025
উজনী চিচি টাঙানীত কংগ্ৰেছ দলৰ গুৰুত্ব পূৰ্ণ সভা , উপস্থিত মণ্ডল সভাপতি বৃহস্পতি বাৰে সন্ধিয়া 7 বজাত ধেমাজি জিলাৰ মুক্তিয়াত , মুক্তিয়া মণ্ডল কংগ্ৰেছ কমিটিৰ উদ্যোগত গুৰুত্ব পূৰ্ণ কাৰ্য্যনিবাহ সভা অনুষ্ঠিত কৰা হয়। আজি উক্ত সভাত আগন্তুক দিনত ৰাষ্ট্ৰীয় দল টোক আগুৱাই নিয়া ক্ষেত্ৰ আলোচনা কৰা লগতে কৰিব লগীয়া কৰণীয় কামৰ সন্দৰ্ভত আলোচনা কৰা ওপৰিও দল টোক আৰু অ