This browser does not support the video element.
কোকৰাঝাৰ ভাগ: গোলোকগঞ্জৰ ঘটনাৰ বিৰুদ্ধে ছেৰফাংগুৰীত মুখ্যন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ
Kokrajhar Part, Kokrajhar | Sep 11, 2025
ধুবুৰী জিলাৰ গোলোকগঞ্জৰ ঘটনাৰ বিৰুদ্ধে কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰীত আক্ৰাছুই উত্তাল প্ৰতিবাদ সাৱস্ত্য কৰে । বৃহস্পতিবাৰে আবেলি ৩ বজাত ছেৰফাংগুৰিৰ ৰাজপথত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি আক্ৰাছুয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । কালি সন্ধিয়াৰ ভাগত ধুবুৰী জিলাৰ গোলকগঞ্জত কোচ-ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু পৃথক কামতাপুৰ ৰাজ্যৰ দাবীত উলিওৱা জোঁৰ সমদলকাৰী আক্ৰাছুৰ কৰ্মীৰ ওপৰত অসম আৰক্ষীয়ে চলোৱা বৰ্বৰ আক্ৰমণৰ প্ৰতিবাদ জনাই