This browser does not support the video element.
বিশ্বনাথ: চাৰিআলিত আৰক্ষীৰ অভিযানত দুই কণ্টেনাৰ ড্ৰাগ্চ সহ দুজন সৰবৰাহকাৰীক আটক
Biswanath, Biswanath | Sep 24, 2025
বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানা অন্তৰ্গত তেজপুৰ অভিমুখে পাঁচশ মিটাৰ নিলগত আজি বিয়লি বিশ্বনাথ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক নৱজ্যোতি দাস বাগ্ৰীৰ নেতৃত্বত আৰক্ষীৰ বিশেষ শাখাৰ দল এটাই গোপন সূত্ৰ পম খেদি এক অভিযান চলাই দুটা কণ্টেনাৰ ড্ৰাগ্চ সহ দুজন যুৱকক আটকক আটক কৰে। আৰক্ষীৰ মতে এই ড্ৰাগ্চ সৰবৰাহকাৰী দুজনৰ নাম হৰি কিনো আৰু যাকব কিনো বুলি চিনাক্ত হৈছে। দুয়োৰে ঘৰ অসম অৰুণাচল সীমান্তবৰ্তী নমৰাৰ হয়।