কাৰ্বি আংলং জিলাৰ কাৰ্বি সাংস্কৃতিক সমাজ অৰ্থাৎ K C S ৰ হাওৰাঘাট জ'নৰ উদ্যোগত অহা ২৮ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰ লৈকে চাৰিদিনীয়া বৰ্নিল কাৰ্যসূচীৰে ৩৩ তম কাৰ্বি মাণ্ডলিক যুৱ মহোৎসৱ আয়োজন কৰা হৈছে l হাওৰাঘাটৰ সমীপবৰ্তী বালি গাঁও বজাৰ তথা চাংটি মিলিত অৱস্থিত খেল পথাৰত এই কাৰ্বি মান্ডলিক যুৱ মহোৎসৱটি উলহ- মালহেৰে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে উদযাপন l এইলৈ কাৰ্বি মাণ্ডলিক যুৱ মহোৎসৱৰ দেওবাৰে পুৱা প্ৰায় ১১ মান বজাত ফিটা কাটি প্ৰতিনিধি শিবিৰ মুকলি কৰে মহোৎসৱ