This browser does not support the video element.
গোঁসাইগাঁও ভাগ: পদ্মবিলত ভয়ংকৰ পথ দুৰ্ঘটনা, মালবাহি ট্ৰকে মহুটিয়াই নিলে পথচাৰিক
Gossaigaon Part, Kokrajhar | Aug 3, 2025
গোঁসাইগাঁওৰ পদ্মবিলৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন সল্লহ চকা মালবাহি ট্ৰাকে পথচাৰিক মহতিয়াই লয় জায় । ফলত ট্ৰাক ৰ চকৰা তলত সংকট জনক অৱস্থাত পৰিথাকে লোক জনে। পিছত স্থানীয় ৰাইজৰ সহযোগত আৰক্ষী উপস্থিত হয় লোক জনক সংকট জনক অৱস্থাত উদ্ধাৰ কৰে। আৰু টতাটয়াকৈ কোকৰাঝাৰ মেডিকেল কলেজ আৰু হস্পিটেলত ভৰ্তি কৰোৱা হয়। উদ্ধাৰ কৰা সময়লগে লোক জনৰ পৰিচয় জানিবলৈ সক্ষম হোৱা নাছিল । নেৰা নেপেৰা বৰষুণ হোৱাৰ বাবে এই দুৰ্ঘটনা হোৱা বুলি প্ৰকাশ