Download Now Banner

This browser does not support the video element.

টেঙাখাত: অইল ইণ্ডিয়া বাবে ম'হমাৰী বিঘাই বিঘাই ধান খেতি নষ্ট,দুলীয়াজানৰ ম'হমাৰী অইলৰ ২ নম্বৰ অ' চি এছৰ সন্মুখত কৃষৰ প্ৰতিবাদ

Tengakhat, Dibrugarh | Sep 4, 2025
দুলীয়াজানত কৃষকৰ উত্তাল প্ৰতিবাদ । দুলীয়াজানৰ ম'হমাৰী অঞ্চলত অৱস্থিত অইল ইণ্ডিয়া লিমিটেডৰ ২ নম্বৰ অ' চি এছৰ সন্মুখত কৃষকৰ প্ৰতিবাদ । পথাৰৰ পৰা ৰাজপথলৈ ওলাই আহি কৃষক সকলে প্ৰথমে প্ৰতিবাদী সমদল বাহিৰ কৰি পিচত অইলৰ তৈলক্ষেত্ৰত সাব্যস্ত কৰিছে প্ৰতিবাদ । অইল কৰ্তৃপক্ষই ম'হমাৰী অঞ্চলত এটা কালৰ্ভাট স্থাপন কৰাৰ পিচতেই বৃহত্তৰ অঞ্চলটোত বিঘাই বিঘাই ধান খেতি নষ্ট হয় । ইয়াৰ পৰিপ্ৰেক্ষিতত ভুক্তভোগী কৃষক সকলে অইল কৰ্তৃপক্ষৰ বিৰুদ্ধে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ
Read More News
T & CPrivacy PolicyContact Us