Download Now Banner

This browser does not support the video element.

ঢেকিয়াজুলি ভাগ: ভাৰতীয় জনতা পাৰ্টিৰ ঢেকিয়াজুলি সমষ্টিৰ উত্তৰ মণ্ডলৰ উদ্যোগত ভোটপাৰাস্থিত বিধায়ক সেৱা কেন্দ্ৰত বিশেষ সভা অনুষ্ঠিত

Dhekiajuli Part, Sonitpur | Aug 27, 2025
ভাৰতীয় জনতা পাৰ্টিৰ ঢেকিয়াজুলি সমষ্টিৰ উত্তৰ মণ্ডলৰ উদ্যোগত ভোটপাৰাস্থিত বিধায়ক সেৱা কেন্দ্ৰত বুধবাৰে দিনৰ অনুমানিক ২ বজাত এখনি বিশেষ সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত ভাৰতীয় জনতা পাৰ্টিৰ ঢেকীয়াজুলি সমষ্টিৰ উত্তৰ মণ্ডলৰ বুথ সভাপতি,শক্তিকেন্দ্ৰ প্ৰমুখ, বিষয়ববীয়া সকলৰ লগতে কাৰ্যকৰ্তাসকল উপস্থিত থাকে ৷ আজিৰ উক্ত বিশেষ সভাত দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লগতে বিভিন্ন বিষয়কলৈ আলোচনাত মিলিত হয় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহল ৷
Read More News
T & CPrivacy PolicyContact Us