Install App
nalbarinews
This browser does not support the video element.
নলবাৰী: কেন্দ্ৰীয় ক্ষুদ্ৰ,লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰী জিতন ৰাম মাঝীয়ে চহৰৰ উত্তৰ কামৰূপ ষ্টেডিয়ামৰ মেলা উদ্ধোধন
Nalbari, Nalbari | Oct 9, 2025
নলবাৰীত উপস্থিত কেন্দ্ৰীয় ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰী জিতন ৰাম মাঝী,আজি দিনজোৰা কাৰ্য্যসূচীৰ উপস্থিত হয় মন্ত্ৰী গৰাকী,বিভিন্ন আচনিৰ পৰ্য্যালোচনা কৰাৰ লগতে গৰ্ডন খেলপথাৰৰ সমীপৰ উত্তৰ কামৰূপ ষ্টেডিয়ামত অনুষ্ঠিত এম এছ এম ই মেলা উদ্বোধন কৰে।মেলা উদ্ধোধন কৰাৰ লগতে বিপনী পৰিদৰ্শন কৰি উদ্যোগীসকলৰ সৈতে মত বিনিময় কৰে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!