Install App
ziaulali
This browser does not support the video element.
উত্তৰ লক্ষীমপুৰ: নগৰত শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়িক তদন্তৰ দাবীত আয়ুক্তৰ জৰিয়তে আবেদন পত্ৰ প্ৰদান মূখ্যমন্ত্ৰীলৈ সংগীত সন্থাৰ
North Lakhimpur, Lakhimpur | Sep 26, 2025
সদৌ লখিমপুৰ জিলা সংগীত সন্থাৰ এটা সজাতি দল শুক্ৰবাৰে উত্তৰ লখিমপুৰ নগৰৰ জিলা আয়ুক্ত কাৰ্য্যালয়ত উপস্থিত হয় । দলটোৱে জিলা আয়ুক্তক সাক্ষাৎ কৰি শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায়িক তদন্তৰ দাবী জনাই জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন আবেদন পত্ৰ প্ৰদান কৰে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!