This browser does not support the video element.
জলহ ভাগ: ২০ নং মথনগুৰী পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীৰ হিচাপে নিৰ্বাচিত গৌতম দাস
Jalah Part, Baksa | Aug 31, 2025
২০ নং মথনগুৰী পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীৰ নাম ঘোষণা । আজি বিজেপি দলৰ পৰা নিৰ্বাচিত কৰিলে প্ৰাক্তন মথনগুৰী পৰিষদীয় সমষ্টিৰ MCLA গৌতম দাসক। আৰু প্ৰাৰ্থী গৰকীক দলীয় কাৰ্যকৰ্তা সকলে সম্বৰ্ধনা জনায় টিকট ঘোষণা হোৱাৰ পিছতেই । লগতে দলীয় কাৰ্যকৰ্তা সকলে আগন্তুক বিটিচি নিৰ্বাচনৰ শুভেচ্ছা জনায়।