Download Now Banner

This browser does not support the video element.

মৰাণ: ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত মৰাণৰ দুগৰাকী খেলুৱৈৰ সফলতা, মৰাণহাট ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত জনোৱা হয় ৰাজহুৱা সম্বৰ্ধন

Moran, Dibrugarh | Aug 21, 2025
ক্ৰীড়াৰ ক্ষেত্ৰত মৰাণৰ খেলুৱৈ সকলে এটাৰ পাছত আন এটা সফলতা বুটলিবলৈ সক্ষম হৈছে। ইয়াৰ মাজতে মৰাণৰ দুগৰাকীকৈ খেলুৱৈয়ে ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত পদক লাভ কৰি মৰাণলৈ গৌৰৱ কঢ়িয়াই আনিছে।ইয়াৰ পাছতে দুইগৰাকী খেলুৱৈকে মৰাণহাট ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত জনোৱা হয় ৰাজহুৱা সম্বৰ্ধনা
Read More News
T & CPrivacy PolicyContact Us