Install App
nabakumardekaorang
This browser does not support the video element.
ওদালগুৰি: গৰুৱাঝাৰত ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰUPPLৰ নিৰ্বাচনী পৰিচালনা সমিতি মুখ্য কাৰ্য্যালয় শুভ উদ্ধোধন কৰে মাৰিয়াম টপ্পই
Udalguri, Udalguri | Sep 7, 2025
সমাগত বিটিচিৰ নিৰ্বাচনৰ গৰম বতাহ এতিয়া চাৰিওদিশে বলিব ধৰিছে । ওদালগুৰি গৰুৱাঝাৰত ৩৩ নং পৰিষদীয় সমষ্টিত UPPLৰ নিৰ্বাচনী পৰিচলনাৰ সমিতিৰ মুখ্য কাৰ্য্যলয়ৰ শুভ উদ্বোধন। উদ্ধোধন কৰে ৩৩ নং ননৈ চেৰফাং সমষ্টিৰ UPPL দলৰ প্ৰাৰ্থী মাৰীয়াম টপ্পই । আজিৰ কাৰ্যসূচীত উপস্থিত থাকে ননৈ চেৰফাং সমষ্টিৰ দলীয় বিষয়ববীয়াসকল লগতে কৰ্মকৰ্তাসকল উপস্থিত থাকে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!