Install App
mobarak.officialpage
This browser does not support the video element.
জলহ ভাগ: জাখলিপাৰাত বিজেপি কাৰ্যালয়ত যুৱমৰ্চাৰ সমিটিৰ সদস্যসকলৰ লগত আগন্তুক নিৰ্বাচনৰ প্ৰসংগত বিভিন্ন দিশৰ বিষয়ে পৰ্য্যালোচনা
Jalah Part, Baksa | Sep 6, 2025
আজি জাখলিপাৰাৰ স্থিত মণ্ডল বিজেপি কাৰ্যালয়ত যুৱ মৰ্চাৰ সমিটিৰ সদস্যসকলৰ লগত আগন্তুক নিৰ্বাচনৰ প্ৰসংগত বিভিন্ন দিশৰ বিষয়ে এক পৰ্য্যালোচনাত মিলিত হয় বিজেপিৰ প্ৰাৰ্থী গৌতম দাস । উক্ত আলোচনাত উপস্থিত থাকে মণ্ডল সভাপতি ঘনশ্যাম বৰ্মণ, প্ৰভাৰী পৰিতোষ ৰয়,বাক্সা জিলাৰ যুৱ মৰ্চাৰ সভাপতি ৰাজকুমাৰ বৰ্মণ আৰু মঠনগুৰি মণ্ডলৰ যুৱ মৰ্চাৰ সভাপতি ৰাজকুমাৰ দাস ধৰি দলীয় বিষয়ববীয়া তথা কাৰ্য্যকৰ্তা সকল।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!