Download Now Banner

This browser does not support the video element.

ধেমাজি: সোণাৰীত টাইপাৰ সদস্যক আক্ৰমণ কৰিবলৈ অহা ঘটনাক গৰিহণা আটাছুৰ, ধেমাজিত প্ৰতিক্ৰিয়া প্ৰকাশ আটাছুৰ কেন্দ্ৰীয় উপ সভাপতিৰ

Dhemaji, Dhemaji | Aug 6, 2025
ধেমাজি সদৰত প্ৰতিক্ৰিয়া প্ৰকাশ আটাছুৰ কেন্দ্ৰীয় উপ সভাপতিৰ।বুধ বাৰে সন্ধিয়া 7 বজাত ধেমাজি সদৰত আটাছুৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি মনোজ গগৈ উপস্থিত হৈ চৰাইদেউ জিলাৰ সোণাৰীত সংঘটিত ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰে উপ সভাপতি গৰাকীয়ে।সোণাৰিত টাইপাৰ সদস্যক সন্দেহযুক্ত একাংশ লোকে দা লৈ খেদি অহাৰ অভিযোগ ।
Read More News
T & CPrivacy PolicyContact Us