Download Now Banner

This browser does not support the video element.

কদম: পদুমণিত খিলঞ্জীয়া লোকক বন বিভাগে উচ্ছেদৰ জাননী দিয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ ভুক্তভূগীৰ

Kadam, Lakhimpur | Aug 28, 2025
লখিমপুৰ জিলাৰ বগীনদী উন্নয়নখণ্ডৰ অন্তৰ্গত পদুমণিত তিনিটাকৈ খিলঞ্জীয়া পৰিয়ালক উচ্ছেদ কৰাৰ জাননী লখিমপুৰ জিলা বন বিভাগে প্ৰেৰণ কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বৃহস্পতিবাৰে সংবাদ মাধ্যমক সম্বোধন কৰি এই উচ্ছেদৰ জাননী বাতিল কৰিবলৈ উচ্ছেদৰ জাননী লাভ কৰা পৰিয়ালকেইটাই মুখ্যমন্ত্ৰীক কাতৰ আহ্বান জনাইছে। শ্ৰীশ্ৰী পদুমণি আইথানৰ সন্মুখৰ ভূমিত প্ৰায় ৪০ বছৰ ধৰি বসবাস কৰি আহিছিল পিলাই ফুকনৰ পৰিয়ালৰ লগতে আন দুটা পৰিয়ালে।
Read More News
T & CPrivacy PolicyContact Us