Install App
shivbhakti
This browser does not support the video element.
উত্তৰ গুৱাহাটী ভাগ: বাইহাটা চাৰিআলিত আৰক্ষীৰ জালত ৫ গভাইত চোৰ,জব্দ আ-অলংকাৰ, বাচন বৰ্তনৰ লগতে ইনভাৰ্টাৰৰ বেটাৰী আৰু ইনভাৰ্টাৰ
North Guwahati Part, Kamrup | Aug 4, 2025
সোমবাৰে বাইহাটা চাৰিআলিত আৰক্ষীৰ জালত ৫ গভাইত চোৰ। ধৃত চোৰ কেইটাৰ পৰা বহু মূল্যবান আঅলংকাৰ, বাচন বৰ্তনৰ লগতে ইনভাৰ্টাৰৰ বেটাৰী আৰু ইনভাৰ্টাৰ জব্দ কৰিবলৈ সক্ষম হয় । চোৰ কেইজনে চুৰি কাৰ্যত ব্যৱহাৰ কৰা AS-01-FA-6876 আৰু AS-01-FW-7086 নম্বৰৰ দুখন বাাহনো জব্দ কৰে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!