Download Now Banner

This browser does not support the video element.

পলাশবাৰী: বৰঝাৰ বিমানবন্দৰৰ সমীপৰ যোগীপাৰাত পথ দুৰ্ঘটনা, তীব্ৰগতিৰ ডাম্পাৰৰ খুন্দাত নিহত এজন লোক

Palasbari, Kamrup | Sep 10, 2025
বুধবাৰে বৰঝাৰ বিমানবন্দৰৰ সমীপৰ যোগীপাৰাত পথ দুৰ্ঘটনা। তীব্ৰগতিৰ ডাম্পাৰৰ খুন্দাত নিহত এজন লোক। নিহত লোকজনৰ ঘৰত সোমাই যায় ডাম্পাৰখন। কথমপি প্ৰাণ ৰক্ষা ঘৰটোত থকা আন সদস্যৰ।
Read More News
T & CPrivacy PolicyContact Us