Download Now Banner

This browser does not support the video element.

উত্তৰ গুৱাহাটী ভাগ: আমিনগাঁও নাৰায়না হস্পিতালত বিশ্ব হৃদয় দিৱস উদযাপন,এই দিৱসৰ লগত সংগতি ৰাখি জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি

North Guwahati Part, Kamrup | Sep 28, 2025
দেওবাৰে আমিনগাঁও নাৰায়না হস্পিতালত বিশ্ব হৃদয় দিৱস উদযাপন। বিশ্ব হৃদয় দিৱসৰ লগত সংগতি ৰাখি হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি। আমিনগাঁৱৰ পৰা চাংসাৰীলৈ হৃদৰোগ সম্পৰ্কীয় সজাগতামূলক বাইক ৰেলী।
Read More News
T & CPrivacy PolicyContact Us