Install App
nalbarinews
This browser does not support the video element.
নলবাৰী: জুবিন গাৰ্গৰ মৃত্যুৰ পিছত মইনুল হকে সামাজিক মাধ্যমত প্ৰৰোচনামূলক ভিডিঅ প্ৰচাৰ কৰাৰ বিৰুদ্ধে সদৰ থানাত এজাহাৰ দাখিল
Nalbari, Nalbari | Oct 8, 2025
জুবিন গাৰ্গৰ মৃত্যুৰ পিছত বিলাসীপাৰাৰ মইনুল হকে সামাজিক মাধ্যমত প্ৰৰোচনামূলক ভিডিঅ প্ৰচাৰ কৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল ৷ নলবাৰী সদৰ থানাত আজি অধিবক্তা আমিৰুল ইছলামে মইনুল হকৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ৷ উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত তেওঁৰ পত্নী গৰিমা গাৰ্গক জালুকবাৰী সমষ্টিৰ পৰা নিৰ্বাচনত অবতীৰ্ণ হবলৈ কৈছিল বিলাসীপাৰ মইনুল হকে৷
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!