Download Now Banner

This browser does not support the video element.

সোণাৰি: ৰাইদেঙীয়া আশ্ৰমৰ সন্মুখত এজন বৃদ্ধৰ মৃতদেহ উদ্ধাৰ, টিঙালীবাম আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো

Sonari, Charaideo | Aug 23, 2025
চৰাইদেউ জিলাৰ টিঙালীবাম আৰক্ষী থানাৰ অন্তৰ্গত টিঙালীবাম আশ্ৰমৰ সন্মুখত এটা মৃতদেহ উদ্ধাৰ। মৃতদেহটো এজন ৬০ উৰ্ধৰ বৃদ্ধ লোকৰ। টিঙালীবাম আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো। ঘটনা অনুসৰি ৰাইদেঙীয়া আশ্ৰম তিনিআলিৰ অঞ্চলৰ নিবাসী প্ৰকাশ তন্তবাই বহু বছৰ আগৰে পৰা সন্ধান হীন হৈ আছিল। আজি লোকজনৰ মৃতদেহ ৰাইদেঙীয়া আশ্ৰমৰ সন্মুখত উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। আজি লোকজনৰ মৃতদেহ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰাত টিঙালীবাম আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ এটা দল উক্ত স্
Read More News
T & CPrivacy PolicyContact Us