Download Now Banner

This browser does not support the video element.

কোকৰাঝাৰ ভাগ: UPPL আৰু BPFক একত্ৰিত কৰাৰ প্ৰয়াস ব্যৰ্থ হ’ল, চহৰত মন্তব্য নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়োৰ

Kokrajhar Part, Kokrajhar | Aug 28, 2025
UPPL আৰু BPFক একত্ৰিত কৰাৰ প্ৰয়াস ব্যৰ্থ হ’ল। বৃহস্পতিবাৰে বেওলী ৫ বজাত কোকৰাঝাৰ চহৰত এই কথা প্ৰকাশ কৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়োই। বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী এই বিষয়কলৈ চিঠি পঠোৱা হৈছিল জুদিয় উত্তৰ নেদিয়াকৈ থাকিল বুলি প্ৰকাশ কৰে দ্বীপেন বড়োই আগন্তুক দিনত পৰিৱেশ পৰিস্থিতি সম্ভৱ হ’লে আকৌ একত্ৰীকৰণৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব মন্তব্য কৰে নিখিল বড়ো ছাত্ৰ সন্থাই।
Read More News
T & CPrivacy PolicyContact Us