This browser does not support the video element.
বিশ্বনাথ: বিহালীৰ ধেমাজিবাৰী প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ অভাৱৰ অভিযোগ ৰাইজৰ #jansamasya
Biswanath, Biswanath | Aug 10, 2025
ধেমাজিবাৰী প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ অভাৱৰ বাবে শতাধিক ছাত্ৰ ছাত্ৰী পঢ় শুনাত অসুবিধাৰ সন্মুখীন হৈছে। লগতে বিদ্যালয়ত থকা শিক্ষক সকলো অসুবিধাত পৰিছে। যাৰ বাবে অভিভাৱকক এখনি ৰাজহুৱা সভা অনুস্থিত কৰা হয় l মূলত সভাখনত কৰা একমাত্ৰ কাৰণ হৈছে বিদ্যালয় খনত শিক্ষকৰ অভাৱৰ বিষয়টো আলোচনা কৰিবলৈ lউক্ত বিষয সন্দৰ্ভত যোৱা জুন মাজতে বিশ্বনাথ জিলা আয়ুক্ত আৰু বিহালী শিক্ষা বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰা হৈছিল যদিও কোনো পদক্ষেপ লোৱা পৰিলক্ষিত নহল l