This browser does not support the video element.
ৰঙিয়া ভাগ: ‘শিক্ষক হৈ এনে নিলৰ্জ্জ কাণ্ড কৰিবলৈ সাহস ক'ত পালে’, ‘লাজ, ভয়ৰ বাবে মুখ খোলা নাছিল কোনেও’,ৰঙিয়াত একাংশ ছাত্ৰীৰ ক্ষোভ
Rangia Part, Kamrup | Aug 22, 2025
‘শিক্ষক হৈ এনে নিলৰ্জ্জ কাণ্ড কৰিবলৈ সাহস কত পালে’। ‘লাজ, অপমান আৰু ভয়ৰ বাবে মুখ খোলা নাছিল কোনেও’। ‘কিন্তু এতিয়া আৰু সাৰি যাব নোৱাৰিব’ । শুকুৰবাৰে ৰঙিয়াত একাংশ ছাত্ৰীয়ে সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰিলে। ৰঙিয়াত ছাত্ৰীক যৌন উৎপীড়ন চলোৱা ইংৰাজীৰ শিক্ষকক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ। ১৩ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন চলাইছিল শিক্ষকজনে। শিক্ষকজনক গ্ৰেপ্তাৰৰ দাবীত ABVP আৰু একাংশ ছাত্ৰ ছাত্ৰীৰ ধৰ্ণা। আৰক্ষীৰ ততপৰতাৰ উমান পাই পলাতক অভিযুক্ত শিক্ষক।