This browser does not support the video element.
ধেমাজি: জোনাই মিচিং কৃষ্টি ভৱনত দেউৰী আচ্চং ষষ্ট অনুসূচী দাবী পৰিষদৰ জনজাগৰণ সভা
Dhemaji, Dhemaji | Sep 12, 2025
জোনাই মিচিং কৃষ্টি ভৱন সভাকক্ষত দেউৰী আচ্চং ষষ্ট অনুসূচী দাবী পৰিষদৰ জনজাগৰণ সভা।শুকুৰবাৰে জোনাই মিচিং কৃষ্টি ভৱন সভাকক্ষত দেউৰী আচ্চং ষষ্ট অনুসূচী দাবী পৰিষদৰ জনজাগৰণ সভা অনুষ্ঠিত কৰা হয়।আজি উক্ত সভাত।দেউৰী স্বায়ত্তশাসিত পৰিষদৰ আৱণ্টিত পুঁজিৰ পৰিমান বৃদ্ধি কৰক আৰু নির্দিষ্ট সময়ত মোকলাই দিবলৈ দাবী জনাই।