Install App
gugamukhlive
This browser does not support the video element.
ধেমাজি: জোনাইত হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ স্মৃতিত উৎসৰ্গিত সাৰ্বজনীন দুৰ্গাপূজা মণ্ডপ, হাজাৰ ৰাইজৰ অংশ গ্ৰহণ ষষ্ঠী পূজা অৰ্চনা
Dhemaji, Dhemaji | Sep 28, 2025
⭕হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ স্মৃতিত উৎসৰ্গিত জোনাই বজাৰ সাৰ্বজনীন দুৰ্গাপূজা মণ্ডপ ⭕শক্তিৰ আৰাধ্য দেৱীৰ শাৰদীয় দুৰ্গোৎসৱ আৰম্ভ ৷ ⭕আজি ষষ্ঠী , ঢাকৰ শব্দত মুখৰিত জোনাই সদৰ ৷ ⭕বেদীত মা দুৰ্গাৰ প্ৰতিমূৰ্ত্তি স্থাপন ৷ সমগ্ৰ দেশৰ সমান্তৰালভাৱে জোনাই সমজিলা সদৰৰ কেইবাঠাইত উদযাপন কৰিছে শাৰদীয় দুৰ্গোৎসৱ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!