Download Now Banner

This browser does not support the video element.

উত্তৰ গুৱাহাটী ভাগ: মোৰ চকুৰ সন্মুখতেই গুলী চালনা কৰিছিল আৰক্ষীয়ে, কোনোমতে ঘৰ আহি পাইছো, বাইহাটাত নেপালৰ শেহতীয়া পৰিস্থিতিৰ বৰ্ণনা যুৱকৰ

North Guwahati Part, Kamrup | Sep 10, 2025
মোৰ চকুৰ সন্মুখতেই গুলী চালনা কৰিছিল আৰক্ষীয়ে। কোনোমতে ঘৰ আহি পাইছো। বুধবাৰে বাইহাটাত নেপালৰ শেহতীয়া পৰিস্থিতিৰ চাক্ষুস বৰ্ণনা দিলে বেজেৰাৰ হৰ্ষজ্যোতি ডেকাই ।চকু চিকিৎসা কৰিবলৈ গৈ ভয়ানক পৰিস্থিতিৰ সন্মুখীন বেজেৰাৰ হৰ্ষজ্যোতি ডেকা। সকলো পথ বন্ধ কৰি দিছিল প্ৰতিবাদকাৰীয়ে। এতিয়াও চিকিৎসাজনিত কাৰণত পোন্ধৰ শ লোক আৱদ্ধ হৈ আছে নেপালত
Read More News
T & CPrivacy PolicyContact Us