Download Now Banner

This browser does not support the video element.

বিহপুৰীয়া: পিঠাগুৰি মেৰাগাঁৱত হাৰ্টথ্ৰব জুবিন গাৰ্গলৈ পথালিপাহাৰ শংকৰদেৱ জন্মোৎসৱ উদযাপন সমিতিৰ শ্ৰদ্ধাঞ্জলি

Bihpuria, Lakhimpur | Sep 21, 2025
জুবিন গাৰ্গৰ অকাল মৃত্যুত পথালিপাহাৰ শংকৰদেৱ জন্মোৎসৱ উদযাপন সমিতিৰ শ্ৰদ্ধাঞ্জলি।অসমীয়াৰ হিয়াৰ আমঠু তথা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ অকাল মৃত্যুত মৰ্মাহত সমগ্ৰ অসম।সমান্তৰালভাৱে লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৱতী বৃহত্তৰ পথালিপাহাৰবাসী ৰাইজৰ লগতে পথালিপাহাৰ ৫৭৭ তম শংকৰদেৱ জন্মোৎসৱ উদযাপন সমিতিৰ সমূহ বিষয়ববীয়াই আজি পিঠাগুৰি মেৰাগাঁৱৰ নামঘৰৰ প্ৰাংগণত দেওবাৰে সকলোৰে মৰমৰ, হিয়াৰ আমঠু কণ্ঠশিল্পী জুবিন গাৰ্গৰ বিদেশী আত্মাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই।
Read More News
T & CPrivacy PolicyContact Us