Download Now Banner

This browser does not support the video element.

সোণাৰি: জিলা ক্ৰীড়া সন্থাৰ কাৰ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত শ্ৰী শ্ৰী গণেশ পূজাত অংশগ্ৰহন কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে

Sonari, Charaideo | Aug 27, 2025
চৰাইদেউ জিলাৰ জিলা ক্ৰীড়া সন্থাৰ কাৰ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত শ্ৰী শ্ৰী গণেশ পূজাত আজি অংশগ্ৰহন কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।সোণাৰি ঐক্য সমাজৰ সৌজন্যত চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ কাৰ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত শ্ৰী শ্ৰী গণেশ পূজাত অংশগ্ৰহন কৰি শ্ৰী শ্ৰী গনেশ দেৱতাৰ চৰণত ভক্তিভাৱেৰে সেৱা কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। এই পূজাত অংশগ্ৰহণ কৰি সকলোৰে মংগল কামনা কৰে বিধায়ক গৰাকীয়ে।
Read More News
T & CPrivacy PolicyContact Us