Download Now Banner

This browser does not support the video element.

বকো: বকোৰ বাটাকুছিত অঘটন,পানীত ডুবি মৃত্যু এগৰাকী কিশোৰীৰ,সমনীয়াৰ সৈতে বিলত গা ধুৱলৈ গৈ সলিল সমাধি

Boko, Kamrup | Sep 2, 2025
মঙলবাৰে বকোৰ বাটাকুছিত অঘটন ।পানীত ডুবি মৃত্যু এগৰাকী কিশোৰীৰ। সমনীয়াৰ সৈতে বাটাকুছিৰ ৰাজহুৱা বিলত গা ধুৱলৈ গৈ সলিল সমাধি ঘটে কিশোৰী গৰাকীৰ। মৃত কিশোৰীগৰাকীৰ নাম বৰষা ৰাভা ঘৰ আগচিয়াত।
Read More News
T & CPrivacy PolicyContact Us