This browser does not support the video element.
বৰভাগ: নলবাৰীৰ বগলচ্ ৰোড চ'ক সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজাৰ লাইখুঁটা স্হাপন
Barbhag, Nalbari | Sep 7, 2025
আজি বগলচ্ ৰোড চ'ক সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজাৰ লাইখুঁটা স্হাপন কৰা হয়।উল্লেখযোগ্য য়ে শাৰদীয় দূৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন।চলিছে দূৰ্গা পূজাৰ প্ৰস্তুতি।আজি জিলাখনৰ বগলচ্ ৰোড চ'ক সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজাৰ লাইখুঁটা স্হাপন কৰা হয় এক মাংগলিক অনুষ্ঠানৰ মাজেৰে৷