This browser does not support the video element.
হোজাই: জিলা সদৰত থকা মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ গুৰুজনাৰ প্ৰতিমূৰ্তিত ৪৫৭ গজ বন্তি প্ৰজ্বলন
Hojai, Hojai | Aug 25, 2025
মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ গুৰুজনাৰ ৪৫৭ সংখ্যক তিৰোভাৱ তিথি উপলক্ষে সোমৱাৰে সন্ধীয়া ৭:৩০ মান বজাত জিলা সদৰত থকা শ্ৰী শ্ৰী শংকৰদেৱৰ পূৰ্ণাংগ প্ৰতিমূৰ্তিত ৪৫৭ গজ বন্তি প্ৰজ্বলন। শ্ৰী শ্ৰী শংকৰদেৱ কৃষ্টি সমন্নয় ক্ষেত্ৰ আৰু শংকৰদেৱ ক্লাৱৰ সৌজন্নত উক্ত কাৰ্য্যসূচী। উক্ত অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰাৰ লগতে সকলোৱে লগলাগি ঘোষা গাই গুৰুজনাৰ শ্ৰীচৰণত সেৱা লোৱা পৰিলক্ষিত হয়।