Download Now Banner

This browser does not support the video element.

গোলাঘাট: নগা ভিলেইজ কাউঞ্চিলৰ জাননীক লৈ মেৰাপানীত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল

Golaghat, Golaghat | Aug 27, 2025
নগা ভিলেইজ কাউঞ্চিলৰ জাননীক লৈ মেৰাপানীত বুধবাৰে দিনৰ প্ৰায় ৩ বজাত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ মেৰাপানী আঞ্চলিকৰ সংবাদমেল। উল্লেখ্য যে, মেৰাপানী সীমান্তত এইবাৰ পুনৰ অসমীয়া লোকক নগাই জাননী প্ৰেৰণ কৰিছে। এতিয়াৰে পৰা অসমৰ লোকে নাগালেণ্ডত প্ৰবেশ কৰিবলৈ হ'লে মানি চলিব লাগিব একাধিক নিয়ম। এইক্ষেত্ৰত সীমান্তবাসীৰ জীৱন-জীৱিকাৰ সুৰক্ষা গ্ৰহণৰ বাবে অসম চৰকাৰলৈ সংবাদমেলৰ জৰিয়তে আহ্বান জনাইছে দুইটা সংগঠনে।
Read More News
T & CPrivacy PolicyContact Us