Download Now Banner

This browser does not support the video element.

সোণাৰি: সোণাৰিৰ বেচিকত ডিমাপুৰৰ পৰা নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ কৰা এজন সৰবৰাহকাৰী সোণাৰি আৰক্ষীয়ে কৰিলে আটক

Sonari, Charaideo | Aug 28, 2025
সোণাৰিত আৰক্ষীয়ে আটক কৰিলে ডিমাপুৰৰ পৰা নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ কৰা এজন সৰবৰাহকাৰীক। উদ্ধাৰ নিষিদ্ধ ড্ৰাগছ। সোণাৰি নগৰৰ ভজো বেচিক তিনি আলিত বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক কৰে সোণাৰি আৰক্ষীৰ।সোণাৰিৰ ভজো ৰেইল ষ্টেচনৰ পৰা উজনিমোৱা ইন্টাৰ চিটি এস্কপ্ৰেছত আহি এখন ই - ৰিক্সা যোগে সোণাৰি নগৰৰ অভিমুখে আহি আছিল মুকচুং যুকবা জমিৰ নামৰ নগালেণ্ড ডিমাপুৰৰ সৰবৰাহকাৰীটো। সোণাৰিত দুদিন পূৰ্বে আৰক্ষীয়ে হাতে লুটে ধৰা ৰচিদ ৰহমানক আৰু আজি পুনৰ ১০ গ্ৰাম নিষিদ্ধ ড্ৰাগছ সহ ডিমাপ
Read More News
T & CPrivacy PolicyContact Us