This browser does not support the video element.
বিহপুৰীয়া: নগৰৰ FRA মটৰছ টম টম ডিলাৰৰ বিৰুদ্ধে উত্থাপিত হৈছে অভিযোগ বঙালমৰাত,ফাইনেন্স নকৰাৰ দোহাই দি প্ৰায়২মাহ পিছত জব্দ কৰে টম টম
Bihpuria, Lakhimpur | Aug 26, 2025
লক্ষীমপুৰৰ FRA মটৰছ টম টম ডিলাৰৰ বিৰুদ্ধে উত্থাপিত হৈছে ভয়ংকৰ অভিযোগ, ফাইনেন্স নকৰাৰ দুহাই দি প্ৰায় ২ মাহ পিছত Servicingকৰিবলৈ লৈ যোৱা ই ৰিক্সা ৰাখি দিয়ে ডিলাৰে , মঙ্গলবাৰে ভুক্তভূগীয়ে বঙালমৰাত সংবাদমাধ্যমৰ আগত আগবঢ়াই মন্তব্য।লক্ষীমপুৰৰ FRA মটৰছ টম টম ডিলাৰৰ বিৰুদ্ধে উত্থাপিত হৈছে এক ভয়ংকৰ অভিযোগ।হয় লক্ষীমপুৰ জিলাৰ হাতিলুংৰ Fra motorsৰ এজেণ্ট ৰ জৰিয়তে ৬৫ হাজাৰ টকা জমা দি। শ্ৰী ৰামত ফাইনেন্স কৰি তিনি চকীয়া স্পিড ই ৰিক্সা ডিলাৰৰ কৰ্মচাৰীয়ে দিছিল বঙালমৰাৰ মহিবুলক।