Download Now Banner

This browser does not support the video element.

জলহ ভাগ: মইনামাতা VCDC আৰু অক্সিগুৰি গাঁওৰ ৰাইজৰ বিজেপিৰ সভা অনুষ্ঠিত

Jalah Part, Baksa | Sep 8, 2025
মইনামাতা VCDC আৰু অক্সিগুৰি গাঁওৰ ৰাইজৰ বিজেপিৰ সভা অনুষ্ঠিত । ২০ নং মথনগুৰী পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী গৌতম দাসে উপস্থিত হৈ আগন্তুক নিৰ্বাচন সম্পৰ্কে আলোচনা কৰে। আজিৰ এই কাৰ্য্যসূচীত  উপস্থিত থাকে, মথনগুৰী মণ্ডল বিজেপিৰ উপ সভাপতি অমৰ সিং বসুমতাৰী, ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ কাৰ্য্যকৰ্তা নিলম্বৰ নাথ , অজিত বসুমতাৰী  প্ৰমুখ্যে গাঁওৰ বিশিষ্ট ব্যক্তি তথা উপস্থিত ৰাইজ সকল।
Read More News
T & CPrivacy PolicyContact Us