Download Now Banner

This browser does not support the video element.

গোলাঘাট: মেৰাপানী নেঘেৰিবলত নাগালেণ্ড আৰক্ষীৰ শিবিৱ স্থাপন, মেৰাপানীত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদমেল সদৌ দৈয়াং কৃষক সন্থাৰ

Golaghat, Golaghat | Aug 25, 2025
মেৰাপানী নেঘেৰিবলত নাগালেণ্ড আৰক্ষীৰ শিবিৱ স্থাপন। সোমবাৰে নিশা প্ৰায় ৮ বজাত মেৰাপানীত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদমেল সদৌ দৈয়াং কৃষক সন্থাৰ। সন্থাৰ সভাপতি দেৱজিত বৰাই সংবাদমেল সম্বোধন কৰি সীমান্তত নগাৰ আগ্ৰাসন প্ৰতিহত কৰিবলৈ চৰকাৰলৈ আহ্বান জনায়। ইফালে সংবাদমেলত কয় যে, দৈয়াঙত ভূমিপট্টনৰ জৰিয়তেহে নগাৰ আগ্ৰাসন ৰোধ সম্ভৱ। এইক্ষেত্ৰত চৰকাৰ দৃঢ় পদক্ষেপ গ্ৰহণ কৰাৰ পোষকতা কৰে সদৌ দৈয়াং কৃষক সন্থাই।
Read More News
T & CPrivacy PolicyContact Us