Download Now Banner

This browser does not support the video element.

নলবাৰী: চহৰত নলবাৰী জিলা মজদুৰ ইউনিয়নৰ অন্তৰ্ভুক্ত ই ৰিস্কা চালক সন্থাৰ সংবাদমেল

Nalbari, Nalbari | Aug 4, 2025
নলবাৰী জিলা মজদুৰ ইউনিয়নৰ অন্তৰ্ভুক্ত ই ৰিস্কা চালক সন্থাৰ সংবাদমেল ।উল্লেখযোগ্য য়ে সংবাদমেলত ই ৰিস্কা চালক সন্থাৰ আন্দোলন সাময়িক ভাৱে স্থগিত ৰখাৰ কথা জানিবলৈ দিয়ে ।প্ৰশাসনৰ লগত আলোচনাৰ পিছতে এই সিদ্ধান্ত চালক সন্থাৰ ।শেহতীয়া ভাৱে চহৰত ই ৰিস্কা চলাচলৰ ক্ষেত্ৰত কঠোৰ নীতি নিয়ম বান্ধি দিছিল জিলা প্ৰশাসনে ।
Read More News
T & CPrivacy PolicyContact Us