Download Now Banner

This browser does not support the video element.

ৰঙিয়া ভাগ: 'আগন্তুক বিটিআৰ নিৰ্বাচনত বিজেপিয়ে যথেষ্ট ভাল ফলাফল লাভ কৰিব', ৰঙিয়াত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ মন্তব্য

Rangia Part, Kamrup | Sep 4, 2025
আগন্তুক বিটিআৰ নিৰ্বাচনত বিজেপিয়ে যথেষ্ট ভাল ফলাফল লাভ কৰিব আৰু নিৰ্বাচনৰ পিছত বিটিআৰৰ ৰাইজৰ মঙ্গলৰ বাবে চিন্তা কৰি চৰকাৰ গঠন কৰা হ'ব। বৃহস্পতিবাৰে ৰঙিয়াত এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। আনহাতে ছিপাঝাৰৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াই বিজেপি ত্যাগ কৰা সন্দৰ্ভত কয় যে তেখেত বিজেপিৰ প্ৰাথমিক সদস্য ও নাছিল গতিকে এই বিষয়ে কি কম।
Read More News
T & CPrivacy PolicyContact Us