Download Now Banner

This browser does not support the video element.

গুৱাহাটী: মহানগৰীৰ বশিষ্ঠত উদ্ধাৰ এটা নিথৰ দেহ, দুৰ্বৃত্তই লোকজনক হত্যা কৰাৰ সন্দেহ, ঘটনাস্থলীত উপস্থিত বশিষ্ঠ আৰক্ষী

Guwahati, Kamrup Metropolitan | Aug 24, 2025
দেওবাৰে মহানগৰীৰ বশিষ্ঠত উদ্ধাৰ এটা নিথৰ দেহ। দুৰ্বৃত্তই লোকজনক হত্যা কৰাৰ সন্দেহ। ঘটনাস্থলীত উপস্থিত বশিষ্ঠ আৰক্ষী। CCTV নিৰীক্ষণ কৰি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। এতিয়ালৈকে চিনাক্ত হোৱা নাই নিথৰ দেহটো।
Read More News
T & CPrivacy PolicyContact Us