Download Now Banner

This browser does not support the video element.

কদম: পদুমণিত ঐতিহাসিক শ্ৰী শ্ৰী পদুমণি আই থানত দুদিনীয়াকৈ ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

Kadam, Lakhimpur | Sep 3, 2025
আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে লখিমপুৰৰ পদুমণিত জাগ্ৰত থান শ্ৰী শ্ৰী পদুমণি আই থানৰ প্ৰতিষ্ঠা দিৱস বুধবাৰে প্ৰথম দিনা বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। দুয়োটা দিনৰ কাৰ্যসূচীত ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে থান উদযাপন সমিতিয়ে।
Read More News
T & CPrivacy PolicyContact Us