This browser does not support the video element.
সোণাৰি: সোণাৰি ৰাজীৱ ভৱনত বুথ এজেণ্টৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় জিলা সভাপতি উৎপল গগৈ
Sonari, Charaideo | Aug 24, 2025
সোণাৰি বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ বুথৰ এজেণ্ট সকলক বি এল এ প্ৰশিক্ষণ দিয়া হয়। সোণাৰি ৰাজীৱ ভৱনৰ প্ৰেক্ষাগৃহত চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি উৎপল গগৈৰ উপস্থিতিত এই প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ন কৰা হয়। সমান্তৰালকৈ জিলাখনত পাঁচটা ব্লকত আজি এই প্ৰশিক্ষণৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়। নিৰ্বাচনী ক্ষেত্ৰত দলীয় প্ৰচাৰ আৰু ৰাজনৈতিক ক্ষেত্ৰত পাৰ্গত কৰা হয় সকলোকে। কংগ্ৰেছ দলৰ নীতি আৰু উদ্দেশ্যৰ স্পষ্ট ধাৰণা দিয়া হয়, যাতে বিএলএ সদস্যসকলে ইয়াক সমষ্টিত প্ৰয়োগ কৰিব পাৰে। এই