This browser does not support the video element.
বিহপুৰীয়া: বঙালমৰাত আৰক্ষী চকীৰ আৰক্ষীক দুৰ্ব্যৱহাৰ কৰি ৰঙা ঘৰৰ আলহী হ'ল আৱজালুৰ ৰহমান নামৰ এজন যুৱক
Bihpuria, Lakhimpur | Aug 23, 2025
বঙালমৰা আৰক্ষী চকীৰ আৰক্ষীক দুৰ্ব্যৱসাৰ কৰি ৰঙা ঘৰৰ আলহী হল আৱজালুৰ ৰহমান উৰফে বাবুল নামৰ এজন যুৱক ।এই যুৱক জনে Nationel Crime intelligence agency নামৰ সংস্থা টোৰ নাম লৈ শুক্ৰবাৰে নিশা নৈশ পহৰা দিয়াৰ সময়ত ৰাস্তাত এক প্ৰকাৰ তাণ্ডব চলাই বিভিন্ন যান বাহন ক ৰখাই বিভিন্ন ধৰণৰ তলাচি চলাই আছিল ।সেয়া কোনো অনুমতি নোলোৱাকৈ এই কাম কৰি আছিল।হেই সময়তে বঙালমৰা আৰক্ষী বিষয়া SI Gokul joishi উপস্থিত হোৱাত বিষয়া জনক আক্ৰমণ কৰা ঘটনা সংঘটিত কৰে।