Install App
ziaulali
This browser does not support the video element.
নাৰায়ণপুৰ: ভোগপুৰত কেইবাটাও গুৰুত্বপূৰ্ণ দাবীত অনশন কাৰ্য্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কলিতা জনগোষ্ঠী লোকৰ
Narayanpur, Lakhimpur | Sep 2, 2025
সকলো দিশতে বঞ্চিত অৱহেলিত অভিযোগ উত্থাপিত কৰি কলিতা জনগোষ্ঠীৰ সকল প্ৰতিবাদ সাব্যস্ত । কেইবাটাও গুৰুত্বপূৰ্ণ দাবীৰে মঙ্গলবাৰে ভোগপুৰ চাৰিআলিত অনশনত বহিল জনগোষ্ঠীটোৰ লোক সকল । শীৰ্ঘে কলিতা জনগোষ্ঠীৰ সমস্যা সমূহ সমাধান কৰাৰ দাবী জনাইছে এই অনশনৰ জৰিয়তে কলিতা জনগোষ্ঠী লোক সকলে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!