This browser does not support the video element.
গোলাঘাট: শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে গোলাঘাট বছাগাঁওস্থিত শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰত ভকত বৈষ্ণৱৰ ভিৰ
Golaghat, Golaghat | Aug 25, 2025
শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে গোলাঘাট বছাগাঁওস্থিত শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰত ভকত বৈষ্ণৱৰ ভিৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথিৰ উপলক্ষে সোমবাৰে সন্ধ্যা প্ৰায় ৭.৩০ বজাৰ পৰা আৰম্ভ হয় সন্ধিয়া প্ৰসংগ। অসমৰ বিভিন্ন প্ৰান্তৰ ভকত -বৈষ্ণৱৰ ভিৰ দেখিবলৈ পোৱা গৈছে। গুৰুজনাৰ তিথিত নামঘৰভাগত অগণন ভকত-বৈষ্ণৱে চাকি-বন্তি জ্বলাই, শৰাই-নৈবদ্য আগবঢ়াই নিজৰ লগতে পৰিয়ালৰ সুমংগল কামনা কৰে।