Download Now Banner

This browser does not support the video element.

ঘগ্ৰাপাৰ ভাগ: চৈংনৈ নতুনকৈ আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ আধাৰশিলা

Ghograpar Part, Nalbari | Sep 11, 2025
নলবাৰী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নিৰ্দেশ মৰ্মে বিজেপি ঘগ্ৰাপাৰ মণ্ডলৰ সাধাৰণ সম্পাদক হৰেশ্বৰ দাস আৰু নলবাৰী জিলা পৰিষদৰ উপাধ্যক্ষ হিতেশ ব্ৰহ্ম লগতে স্থানীয় ৰাইজৰ উপস্থিতিত ঘগ্ৰাপাৰ মণ্ডলৰ অন্তৰ্গত চেংনৈ গাঁৱত নতুনকৈ নিৰ্মাণ হবলগীয়া "আদৰ্শ অংগনৱাড়ী কেন্দ্র"টোৰ আধাৰশিলা অনুষ্ঠান অনুষ্ঠিত হয়।এক মাংগলিক কাৰ্য্যসূচীৰ মাজৰে অনুষ্ঠিত হয় উক্ত অনুষ্ঠান।
Read More News
T & CPrivacy PolicyContact Us