Download Now Banner

This browser does not support the video element.

ঢেকিয়াজুলি ভাগ: উৰন্ত বিমানত মুছলমান যুৱকক মাৰপিট কৰাত চিৰাজুলিত ক্ষোভিত হৈ পৰিছে উত্তৰ পুৰ্বাঞ্চল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি

Dhekiajuli Part, Sonitpur | Aug 2, 2025
বিমানত মুছলমান যুৱকক মাৰপিট কৰাত শনিবাৰে দিন অনুমানিক ২ বজাত শোণিতপুৰ জিলাৰ অন্তৰ্গত চিৰাজুলিত ক্ষোভিত হৈ পৰিছে উত্তৰ পুৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি বদৰুল ইছলাম ৷ আজি বদৰুল ইছলামে ক্ষোভ প্ৰকাশ কৰি কয় অসমৰ ভূমিত একাংশ মুছলমানক উচ্ছেদ কৰা হল,বিদেশীৰ নামত অত্যাচাৰ কৰা হল । সমান্তৰালভাৱে ইণ্ডিগু বিমানত শিলচৰৰ এগৰাকী বিমান যাত্ৰীক আকাশমাৰ্গৰ বিমানত মাৰপিটৰ ঘটনা সংঘটিত হল, এয়া বৰ দুখৰ বিষয় বুলি কলে বদৰুল ইছলামে ৷এই সন্দৰ্ভত বদৰুল ইছলামৰ মন্তব্য ৷
Read More News
T & CPrivacy PolicyContact Us