Download Now Banner

This browser does not support the video element.

ঢেকিয়াজুলি ভাগ: বৰডুবি গাঁৱৰ এগৰাকী মহিলা সন্তান সহিতে বিগত ৭ দিন ধৰি নিৰুদ্দেশ, বৰডুবি গাঁৱত স্বামীৰ মন্তব্য, এজাহাৰ দাখিল

Dhekiajuli Part, Sonitpur | Sep 4, 2025
ঠেলামৰা আৰক্ষী থানা এলেকাৰ বৰডুবি গাঁৱৰ এগৰাকী মহিলা সন্তানত বিগত ৭ দিন ধৰি নিৰুদ্দেশ হৈ আছে ৷ স্বামীয়ে ঠেলামৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে বৃহস্পতিবাৰে দিনৰ ১ বজাত বৰডুবি গাঁৱত সংবাদ মাধ্যমৰ কাষ চাপে ৷ উল্লেখ্য যে বৰডুবি গাৱঁৰ বাসিন্দা ছহিদুল ইছলামৰ পত্নী ২৬ বছৰীয়া ৰুবিজা খাতুন যোৱা ২৮ আগষ্ট ২০২৫ তাৰিখে সন্তান সহিতে নিজ ঘৰৰ পৰাই নিৰুদ্দেশ হয় ৷
Read More News
T & CPrivacy PolicyContact Us