Download Now Banner

This browser does not support the video element.

কোকৰাঝাৰ ভাগ: কচুগাঁও পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ভাওৰাগুৰীত বিজেপি প্ৰাৰ্থী মহেশ্বৰ বসুমতাৰীৰহৈ প্ৰচাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Kokrajhar Part, Kokrajhar | Sep 12, 2025
বিটিচিৰ চৌদিশে নিৰ্বাচনী গৰম বতাহ চলি থকাৰ সময়তে বিটিচিৰ ৬ নং কচুগাঁও পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ভাওৰাগুৰীত শুকুৰবাৰে দিনৰ ১ বজাত বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৬নং কচুগাঁও পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী মহেশ্বৰ বসুমতাৰীৰ হৈ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীগৰাকীৱে। প্ৰচাৰ সভাত হাযাৰ হাজাৰ ৰাইজেৰ মাজত এইবাৰ কচুগাঁও সমষ্টিত আমাৰ প্ৰাৰ্থী জিকিব, বিজেপি চৰকাৰে অসমত বহু জনকল্যাণমুলক আঁচনি গ্ৰহণ কৰিছে।
Read More News
T & CPrivacy PolicyContact Us