Download Now Banner

This browser does not support the video element.

বিশ্বনাথ: নগৰত আছুৰ উদ্যোগত সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ অনুষ্ঠান সম্পন্ন

Biswanath, Biswanath | Sep 8, 2025
বিশ্বনাথতো সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ শুভক্ষণত এক অনুষ্ঠান অনুষ্ঠিত হৈছে। বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বিশ্বনাথ নগৰস্থিত শ্বহীদ ভৱনৰ প্ৰাংগণত এই অনু্ষ্ঠান অনুষ্ঠিত হয়। সুধাকণ্ঠৰ কালজয়ী গীত 'মানুহে মানুহৰ বাবে' পৰিৱেশন কৰে উপস্হিত শতাধিক ৰাইজে। ইয়াৰ পিছতে বিভিন্ন জাতি জনগোষ্ঠীয় ভাষাত পৰিৱেশন কৰে মানুহে মানুহৰ বাবে। জ্যেষ্ঠ সাংবাদিক বসন্ত বৰাই উদ্বোধন কৰা এই অনুষ্ঠানত সুধাকণ্ঠৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলী অৰ্পন কৰা হয়।
Read More News
T & CPrivacy PolicyContact Us